অসম

অঙ্গনবাড়ীৰ ধৰ্ণাত উত্তাল ওদালগুৰি

ওদালগুৰিৰপৰা গুনজিত দাস, প্ৰথম খবৰ: অঙ্গনবাড়ীৰ ধৰ্ণাত আজি উত্তাল হৈ পৰিল ওদালগুৰি সমাজ কল্যাণ কাৰ্যালয়। মাননী বৃদ্ধি, চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত অঙ্গনাবাড়ী কৰ্মী, সহায়িকাসকলে আজি ওদালগুৰি জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাৰে পৰিৱেশ উত্তাল কৰি তোলে।

Related Articles

Leave a Reply

Close