অসম

অসমীয়া সাহিত্য সন্মিলনীৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বাক্ আৰু বাৰ্তা অনুষ্ঠান

বিহালীৰ পৰা অম্লান কাশ্যপ চাহা, প্ৰথম খবৰ: ‘আজি অসমীয়া সাহিত্য সন্মিলনী বিশ্বনাথ জিলা সমিতি উদ্যোগত বিহালী স্নাতক মহাবিদ্যালয়ত বাক আৰু বাৰ্তা অনুষ্ঠানটি সফল সামৰণি পৰে। অনুষ্ঠানটিত বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ড: হেমন্ত বৰাই আগধৰা অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিতত থাকে সাংবাদিক তথা শিক্ষক দিগন্ত কুমাৰ দাস। দাসে বাক আৰু বাৰ্তা সাংবাদিকক দায়িত্ব কতব্য আৰু ভাষা শব্দ গাঠনি ওপৰত বহলাই বক্তৃতা আগবঢ়াই।

ইফালে অনুষ্ঠানটিত বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল খগেন মটক শ্ৰীমন্ত দাসে, অম্লান কাশ্যপ চাহাকে ধৰি মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close