অসম

আক্ৰাছুৰ নৱম দ্বি-বাৰ্ষিক অধিবেশন

প্ৰথম খবৰ, ফকিৰাগ্ৰাম: আজি আক্ৰাছুৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনৰ বাবে আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত সাহিত্যিক পেন্সনাৰ যামিনী কুমাৰ বৰুৱা বাখাৰাত মূলখুঁটি(লাইখুঁটা) স্থাপন কৰা হয় । স্থাপন কৰে সমাজ সেৱক ৰতিকান্ত ৰায় দেৱে, উপস্থিত থাকে সাংসদ নৱ শৰণীয়া ,আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, আৰ চিৰ সভাপতি ৰমেশ ৰায়, ফকিৰাগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ ৰায়সহ স্থানীয় ৰাইজ তথা আক্ৰাছুৰ আঞ্চলিক জিলা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।অধিবেশনখন সফল হওক বুলি সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Close