অসম

গুণোৎসৱৰ অাজি দ্বিতীয়দিন শিৱসাগৰত 

প্ৰথম খবৰ, শিৱসাগৰ: অসমৰ শিক্ষা বিভাগৰত অামোল পৰিৱৰ্তন অনাৰ স্বাৰ্থত শিক্ষা বিভাগে অায়োজন কৰা দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ শিৱসাগৰত অাজি দ্বিতীয় দিন। শিৱসাগৰ জিলা মুঠ ৬টা শিক্ষাখণ্ডতে চৰকাৰৰ অাহ্বান প্ৰতি সহাঁৰি জনায় উদযাপন কৰা হৈছে গুণোৎসৱ।

আজি শিৱসাগৰ জিলাৰ কেওটা শিক্ষা খণ্ডতে বিদ্যালয় সমূহত অনুষ্ঠিত গুণোৎসৱত ৰাজপতিত বিষয়াই বহিঃ মূল্যায়ণ কৰিছে ।

Related Articles

Leave a Reply

Close