অসম

চীনা সামগ্ৰী প্ৰত্যাহ্বান জনাই তেজপুৰৰ তপন বৰুৱাই পেলনীয়া বটলৰে উদ্ভাবন কৰিলে দেৱালীৰ সঁজুলি

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: সমগ্ৰ দেশ লগতে তেজপুৰতো চীনা সামগ্ৰী বৰ্জনৰ চিন্তা কৰি তেজপুৰৰ কুণ্ডৰবাৰীৰ তপন বৰুৱা নামৰ এজন লোকে পেলনীয়া বটল, বৈয়ামৰে লেম্প বনাই দেৱালিত আলোকিত কৰাৰ প্ৰয়াস কৰি সকলোকে আকৰ্ষিত কৰি তুলিছে।

Related Articles

Leave a Reply

Close