অসম

টিংখাঙত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ

টিংখাঙৰপৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: কিছু সময়ৰ পূৰ্বে টিংখাঙৰ কৰঙানী চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। বাগিচাৰ কৰ্তৃপক্ষই পতা পিঞ্জৰাত নিশা আৱদ্ধ হয় প্ৰকাণ্ড বাঘটো। বৰ্তমান বাঘটো ৰাজগড় আৰক্ষী চকীলৈ লৈ অনা হৈছে। বাঘ চাবলৈ অগনন লোকে ভিৰ কৰিছেহি আৰক্ষী চকীত।

 

Related Articles

Leave a Reply

Close