অসম

তিনিচুকীয়াৰ লিডুৰ বজাৰৰ পৰা সংগ্ৰহকাৰী এজনক গ্ৰেপ্তাৰ

প্ৰথম খবৰ, তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ লিডুৰ বজাৰৰ পৰা ৰাজু সোণাৰ নামৰ এন এচ চি এন (কে)ৰ ধন সংগ্ৰহকাৰী এজনক গ্ৰেপ্তাৰ। মাৰ্ঘেৰিটা- লিডু আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰে সোণাৰক। দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত ধন দাবী আৰু সংগ্ৰহত জড়িত আছিল ধৃত সোনাৰ। অভিযুক্ত সোণাৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাণ্ডু বস্তিৰ।

Related Articles

Leave a Reply

Close