অসম

দৰং জিলাৰ ছিপাঝাৰৰ বঠা বিলত বহু মাছৰ অস্বাভাৱিক মৃত্যু

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ /ছিপাঝাৰ: দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বঠা বিল এখন ডাঙৰ বিল, এই বঠা বিলখনতেই নিশা কোনো দুষ্কৃতিকাৰীয়ে বিষ দিয়াৰ ফলত বহু মাছৰ মৃত্যু হয়। প্ৰায় ৫ লাখ টকাৰ মাছৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত বিলখনৰ মহলদাৰে ছিপাঝাৰ থানাত এজাহাৰ দাখিল কৰে।

উল্লেখযোগ্য যে, দৰং জিলাৰ এই বৃহৎ বিলখন থলুৱা মাছৰ বাবে বিখ্যাত। এই ঘটনাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Related Articles

Leave a Reply

Close