অসম

ধুবু্ৰীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

প্ৰথম খবৰ, ধুবুৰী: আজি ধুবু্ৰী নয়াহাট অঞ্চলৰ বজাৰত এটা দোকানত কাম কৰি থকাৰ অৱস্থাত বিদ্যুতৰ তাৰঁত হাত লগাত কহিনুৰ নামৰ বোইলকামৰী ২নং খণ্ড গ্ৰাম অঞ্চলৰ এজন ব্যক্তি থিতাতে নিহত হয় আৰু আন এজন ব্যক্তি আহত হয় ।

Related Articles

Leave a Reply

Close