অসম

নগাঁৱত ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোকৰ ছাঁ

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও চহৰৰ সমীপৰ বেঙেনাআটি কলংপাৰ নিৰ্বাসী তথা ধৰ্মপ্ৰাণা মহিলা জমিলা বেগমৰ বাৰ্ধক্যজনিত কাৰনত যোৱা নিশা ৮.৩০ বজাত নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।

এই ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ বেঙেনাঅাটি অঞ্চলত এক শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত বৃদ্ধাগৰাকীয়ে ৫গৰাকী সন্তান সহ কেইবাজনো নাতি নাতিনী ইহ সংহাৰত এৰি থৈ যায়।

 

Related Articles

Leave a Reply

Close