অসম

নলবাৰীৰ মৰোৱাত এলডহেলথ্ পেৰামডিকেলৰ স্বাস্থ্য শিবিৰ সম্পন্ন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ মৰোৱাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ৫৬৯ তম আবিৰ্ভাৱ মহোৎসৱত নলবাৰীৰ আগশাৰীৰ নাৰ্চ আৰু লেবৰেটৰী শিক্ষাৰ প্ৰতিষ্ঠান এলডি হেলথ পেৰামেডিকেল টেকনলজিয়ে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে। ৩০ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ শংকৰদেৱৰ উৎসৱত অনুষ্ঠিত হোৱা শিবিৰত দৈনিক ২৪ ঘণ্টাকৈ যাত্ৰী সকলৰ মাজত ল্বাড, প্ৰেচাৰ, ওজনৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰা হয়। ডাঃ গকুল শৰ্মাৰ নেতৃত্বত সংস্থাটোৰ কৰ্মীসকলে পৰিচালনা কৰে শিবিৰটো। সংস্থাটোৰ পদক্ষেপক ৰাইজে প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close