অসম

বটদ্রবাত গুৰুজনাৰ জন্ম জয়ন্তীৰ মহোৎসৱত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত

প্ৰথম খবৰ, জাজৰি: নগাঁৱৰ বটদ্রবা থানত ৫৬৯ সংখ্যক গুৰুজনাৰ জন্মজয়ন্তী মহোৎসৱত আজি অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰুহিত। সভাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠানৰ শুভাৰাম্ভ কৰে বটদ্রবা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতিয়ে।

অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে লমবিত বৰুৱা। লগতে উপস্থিত থাকে নগাঁও জিলাৰ উপাযুক্ত চমচেৰ সিং, আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়, স্থানীয় বিধায়িকা আঙুৰলতা ডেকা, বটদ্রবা থান পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ দেৱ মহন্ত, উপ সভাপতি দেৱানন্দ দেৱ গোস্বামী, অনুষ্ঠানত ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে বহুমূলীয়া ভাষন আগবঢ়াই।

Related Articles

Leave a Reply

Close