অসমশীৰ্ষ

বিজয়া দশমীত কলিয়াবৰত অঘটন

কলিয়াবৰৰ পৰা গোপাল শইকীয়া, প্ৰথম খবৰ: কলিয়াবৰ মহকুমাৰ আমনিৰ সমীপৰ  ডিজু নৈত বিজয়া দশমীত প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত নৈৰ পানীত পৰি সন্ধানহীন যুৱকৰ। সন্ধানহীন যুৱকজনৰ নাম কমল দেৱনাথ। বয়স ২৪ বছৰ।

আজি পুৱাৰেপৰা ডিজু নৈত আৰক্ষী আৰু এচ ডি আৰ এফৰ অভিযান চলি আছে। সন্ধানহীন কমলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে অভিযানকাৰী দলে। নিৰুদ্দিষ্ট কমল দেৱনাথ আমনি মিলনজ্যোতি সংঘ পূজা সমিতিৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহিছিল।

Related Articles

Leave a Reply

Close