অসম

বৰভাগত ১৫০০ মাটিৰ চাকি জ্বলাই উদযাপিত কৰিছে দীপাৱলী

প্ৰথম খবৰ, বৰভাগঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ বৰভাগ অঞ্চলৰ বিভিন্ন ঠাইত পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰা পৰিলক্ষিত হৈছে৷ দেহাৰকুছি যুৱ মঞ্চৰ সৌজন্যত তৃতীয় বাৰ্ষিক দীপাৱলী উৎসৱ উদযাপন কৰিছে দেহাৰকুছি কালী মন্দিৰ প্ৰাংগণত ৷ ১৫০০ মাটিৰ চাকি জ্বলাই উদযাপিত কৰিছে এই উৎসৱ৷ ফটকা-আতচবাজী বৰ্জন কৰি প্ৰদূষণ ৰোধ কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে উদ্যোক্তাসকলে ৷ লগতে সমূহ অসমবাসীক দীপাৱলী আৰু শ্যামা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

Related Articles

Leave a Reply

Close