অসমশীৰ্ষ

মুখ্যমন্ত্ৰীক সাক্ষাৎ গহপুৰ নগৰ সমিতিৰ সভানেত্ৰীৰ, স্মাৰক পত্ৰ প্ৰদান

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ নগৰ সমিতিৰ অধ্যক্ষা লীনা শইকীয়া বৰাই ৯ অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি গহপুৰ নগৰ সমিতিৰ তৰফৰপৰা সংবৰ্ধনা জনায়।

লগতে গহপুৰ নগৰ সমিতিৰ সমস্যাসমূহ উল্লেখিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধানৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে গহপুৰ নগৰ সমিতিৰ অধ্যক্ষাগৰাকীক।

Related Articles

Leave a Reply

Close