অসম

মৰাণত “নাৰী সবলীকৰণেই সমাজ সবলীকৰণ” শীৰ্ষক অধিবেশন

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: সদৌ অসম আদিবাসী মহিলা সন্থা (AAWAA)ৰ উদ্যোগত ডিব্ৰুগড়, চৰাইদেউ আৰু যোৰহাট জিলা সমিতিৰ সহযোগত প্ৰথম বাৰ্ষিক আদিবাসী মহিলা মহাসভা মৰাণ তিলৈনগৰ গ্ৰাম্যবজাৰ প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰেপৰা আৰম্ভ হৈছে। “নাৰী সবলীকৰণেই সমাজ সবলীকৰণ” শীৰ্ষক অধিবেশন খণ্ড সফল কৰাত সকলোৰে সহায়-সহযোগিতাৰ আহ্বান জনায় উদ্যোক্তাসকলে।

Related Articles

Leave a Reply

Close