অসম
লামডিঙত জাকজমকতাৰে কালি পূজা উদযাপন

প্ৰথম খবৰ, লামডিং: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত লামডিঙত ও জাকজমকতাৰে কালি পূজা কৰা হয়। ভক্তক আকৰ্ষণ কৰাৰ বাবে লামডিঙৰ বিভিন্ন স্থানত অতি আকৰ্ষণীয় কালি পূজাৰ মণ্ডপ নিৰ্মাণ কৰা হয়। লামডিং বজাৰত নেতাজী ৰোডত অতি আকৰ্ষণীয় চেল্ফই গেলাৰী নিৰ্মাণ কৰি ৰাইজক চেল্ফি তোলাত সাৱধানতা অৱলম্বন কৰাৰ বাবে সজাগতা কৰা হৈছে। লামডিং জৰংদিশৰ লুড আহিৰত মণ্ডপ নিৰ্মাণ কৰা হৈছে। এনেদৰে লামডিঙত বিভিন্ন কালীপূজা মণ্ডপত আকৰ্ষণ কৰি ৰাইজক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।