অসম

সোণাৰিত প্ৰতিকৃতি দাহ

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছৰ প্ৰতিবাদ। গান্ধী আৰু নেহেৰুক জাৱৰ আখ্যা দিয়া সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিকৃতি দাহ কংগ্ৰেছৰ। সোণাৰিৰ ভজো চাৰিআলিত কংগ্ৰেছৰ কৰ্মকৰ্তাই দাহ কৰে কামাখ্যা তাচাৰ প্ৰতিকৃতি।

Related Articles

Leave a Reply

Close