অসম

ৰঙিয়াত জোঁৰ সমদল

প্ৰথম খবৰ, ৰঙিয়া: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া  জিলা সমিতিৰ উদ্যোগত আজি  সন্ধিয়া  ৬.৩০ বজাত বৃহত্তৰ নাগালিমত অসমৰ মাটি অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবাদ জনাই প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে ৰঙিয়া চহৰৰ সোঁ-মাজৰে জোঁৰ সমদল উলিয়ায়। এই সমদলত  জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জন উপাধ্যায়, কেন্দ্ৰীয় বিষয়ববীয়া বিদ্যুত ডেকা, তৰুণ দাস, জিলা সমিতিৰ সভাপতি ৱহেদুৰ ৰহমান সম্পাদক কৰেন্দ্ৰ কলিতাই অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close