অসমশীৰ্ষ

অলিভিয়া দত্ত চৌধুৰীৰ জামিন আবেদন নাকচ

নিউজ ডেস্ক, প্ৰথম খবৰ : অলিভিয়া দত্ত চৌধুৰীৰ জামিন আবেদন নাকচ কৰিলে আদালতে। ইণ্ডাছ ইণ্ড বেংকৰ বিষয়া অলিভিয়া বিগত ৩ মাহ কাৰাগাৰত বন্দী হৈ আছিল। গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ৪টা গোচৰৰ মোকৰ্দমা চলি আছে অলিভিয়া দত্ত চৌধুৰীৰ বিৰুদ্ধে।

বুধবাৰে ন্যায়াধীশ ৰুমী কুমাৰ ফুকনৰ আদালতত জামিন আবেদন নাকচ কৰা হয় বেংক বিষয়াগৰাকীৰ।

Related Articles

Leave a Reply

Close