অসম

আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই একেদিনাই কৰিলে ৪ টাকৈ পকী পথৰ শুভাৰম্ভণি

প্ৰথম খবৰ, নামতি: সমাগত পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধি বিধায়ক হাজৰিকাই আমগুৰিত বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাপুখুৰী হাইস্কুল আৰু এম ই স্কুলৰ ২টাকৈ ফেভাৰ ব্লক পথ, লাচিত এম ই স্কুল পথ, কালুগাঁও প্ৰাথমিক চিকিৎসালয় পথ, কালুগাঁও বালিকা বিদ্যালয় পথৰ শুভাৰম্ভণি কৰে।

গৌৰীসাগৰ ব্লক খণ্ড উন্নয়ন বিষয়া জ্যোতিমালি ৰাজখোৱাৰ উপস্থিতিত বিধায়ক হাজৰিকাই ফেভাৰ ব্লক পথৰ ফিটা কাটি যাতায়াতৰ বাবে মুকলি কৰি দিয়ে।

Related Articles

Leave a Reply

Close