অসম

উত্তপ্ত সোণাৰি

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত গাড়ী দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। ডিমাপুৰৰ পৰা নাগালেণ্ড মন জিলালৈ নগা আৰক্ষী কঢ়িয়াই অনা এন এল ১১-২৪২১ নম্বৰৰ এখন টাটা ষ্টাৰ বাছৰ সৈতে অসমৰ এখন গাড়ীৰ সৈতে সামান্য দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে অসমৰ গাড়ীখন পলায়ন কৰে যদিও নগা আৰক্ষী দলটোৱে সোণাৰিৰ চেনিগুদামত ৰৈ থকা সোণাৰিৰ ভৱানীপুৰৰ নিৰিহ যুৱক হিৰক জ্যোতি দাসক নিৰ্মমভাৱে মাৰপিট কৰি নাগালেণ্ডলৈ নিব বিচাৰোতে স্থানীয় ৰাইজ উত্তেজিত হৈ নগাক বাধা দিয়ে। নগা আৰক্ষী দলটোক আৱদ্ধ কৰিলে স্থানীয় ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে সোণাৰি আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close