অসম

ওদালগুৰিত কলিতা জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ কাৰ্যালয় মুকলি

ওদালগুৰিৰপৰা গুনজিত দাস, প্ৰথম খবৰ: ওদালগুৰিত কলিতাজনগোচ্ঠীৰ কেন্দ্ৰীয় অধিবেশন আয়োজন। জানুৱাৰী ২৭,২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা অধিৱেশনৰ কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট নাগৰিক বিজয় বৰ্মনে।

Related Articles

Leave a Reply

Close