অসম

তেজপুৰত খাদ্য বিচাৰি হাতীৰ হাহাকাৰ 

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ : খাদ্যৰ সন্ধানত অহা এটা বনৰীয়া হাতীয়ে তেজপুৰৰ বিহগুৰিত প্ৰৱেশ কৰি হাহাকাৰ সৃষ্টি কৰিছে।  বিহগুৰি অঞ্চলত প্ৰবেশ কৰাৰ পাছত হাতীৰ জাকটোৰ পৰা এটা হাতী বিচিন্ন হৈ জনাঞ্চলত প্ৰবেশ কৰি নানা ত্ৰাসৰ সৃষ্টি কৰে ।

Related Articles

Leave a Reply

Close