অসম

দৰঙৰ ছিপাঝাৰৰ কুৰুৱাত নিশংস হত্যাকাণ্ড

মঙ্গলদৈ/ ছিপাঝাৰ /দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ কুৰুৱাত নিশংস হত্যা এজন লোকক। কুৰুৱা ফুহুৰাতলী চাপৰিত খেতি কৰি থকা কৃষকক সন্দেহ যুক্ত নাগৰিকৰ দ্বাৰা হত্যা৷

আনন্দ দাস নামৰ খেতিয়ক জন  হত্যাৰ  বলি হয়৷ দুদিন ধৰি নিৰুদ্দেশ হৈ থকা খেতিয়কগৰাকীৰ মৃতদেহ উদ্ধাৰ৷ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। বৰ্তমান ঘটনাস্থলীলৈ দৰং প্ৰশাসনৰ লোক ৰাওনা হৈছে।

Related Articles

Leave a Reply

Close