অসম

 ধুবুৰীত আমছুৰ জোঁৰ সমদল

প্ৰথম খবৰ, ধুবুৰী: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আহ্বান মৰ্মে। আজি ধুবুৰী মহকুমা আৰু আঞ্চলিক  ছাত্ৰ ইউনিয়নৰ জোঁৰ সমদলে ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট। নাগালীমত বৃহত্তৰ অসমৰ ভূমিখণ্ড সংলগ্ন কৰা তীব্ৰ প্ৰতিবাদ জনাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। অসম চৰকাৰ মূর্দাবাদ আদি ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে। কাৰ্যসূচীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কাৰ্যালয় সম্পাদক আব্দুল লতিফ খন্দকাৰসহ অন্যান্য নেতা অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close