অসম

নলবাৰী আখৰাত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, নলবাৰী: নিশা ২ মান বজাত নলবাৰী আখৰা-ত WB 23 C 8393 নম্বৰৰ মালবাহী ট্ৰাক এখনে NL 01 Q 7678 নম্বৰৰ ট্ৰেইলৰ এখনত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ট্ৰাকখন দ খাৱৈত বাগৰি পৰে। কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। টোপনিৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব দিয়ে।

Related Articles

Leave a Reply

Close