অসম

নাজিৰা গেলেকীত নৰ কংকাল উদ্ধাৰ

প্ৰথম খবৰ, নাজিৰা: নাজিৰা মহকুমাৰ গেলেকীৰ আঠপুৰীয়া ধাননি পথাৰত এগৰাকী মহিলাৰ নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মহিলাৰ নৰকংকাল সোঁহাত হাতত খাৰু পিন্ধি আছে। স্থানীয় ঘাঁ কাটিবলৈ যোৱা কেইজমান ব্যক্তিয়ে প্ৰত্যক্ষ কৰে এই নৰকংকালটো। কোনো দুবৃত্তই হত্যা কৰি এইদৰে ধাননি পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

Related Articles

Leave a Reply

Close