অসম

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘৰ মৃত্যু

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘৰ মৃত্যু।বনবিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত। বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close