বিনোদন

ন-ৰূপত আহি আছে সুস্মীতা সেন

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মীতা সেন ছ’চিয়েল মিডিয়াত যথেষ্ট এক্টিভ। শেহতীয়া কোনো ছবিত অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা নাই যদিও ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ যোগেদি নিজৰ অনুৰাগীৰ লগত বহু কথা তেওঁ শ্বেয়াৰ কৰে।
সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা কেইখনমান ফটোৱে অনুৰাগীৰ মনত যথেষ্ট কৌতূহলৰ সৃষ্টি কৰিছে।


দৰাচলতে ফটোবোৰত সুস্মীতা সেনৰ ‘এবছ’ পৰিলক্ষিত হৈছে,যাৰ বাবে ফটোসমূহ যথেষ্ট ভাইৰেল হৈ পৰিছে।

Related Articles

Leave a Reply

Close