অসম

বিজনীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস

বিজনীৰপৰা মাচুম চৌধুৰী, প্ৰথম খবৰ: চিৰাং জিলাৰ বিজনীত আজি ভাৰতীয় জনতা পাৰ্টিৰ এখন কাৰ্যকৰ্তা সভা অনুষ্ঠিত হয়। এই সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সভাপতি ৰণজিৎ কুমাৰ দাস। লগতে বিজেপিৰ বিভিন্ন কৰ্মী এই সভাত উপস্থিত থাকে।

Related Articles

Leave a Reply

Close