অসম

বিশেষ সজাগতা কাৰ্যসূচীৰে ৰূপহীত শিশু দিৱস উদযাপন

প্ৰথম খবৰ, ৰূপহীহাট: সমগ্র দেশৰ লগতে জুৰীয়া ৰূপহীহাটৰ বিভিন্ন শিক্ষাশিক্ষানুষ্ঠান প্ৰতিষ্ঠানত উলহ মালহেৰে পালন কৰা হয় শিশু দিৱস । ৰূপহীহাটৰ নিউ ভিজন একাডেমিত দিন যোৰা কাৰ্যসুচীৰে দিৱসটি পালন কৰা হয়।

কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন গীত নিত্য নাটকৰে উপস্থিত ৰাইজক আকৰ্ষিত কৰি তুলে। ৰাজ্যত বৃদ্ধি পোৱা শিশু শ্ৰমিকৰ প্ৰতি লক্ষ্য ৰাখি এখনি নাটক মঞ্চথ কৰে কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে । পিছপৰা অঞ্চলটোৰ এই শিক্ষানুষ্ঠান আজি কাৰ্যসূচীৰে ৰাইজক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Close