অসম

বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ গোপন অভিযান

প্ৰথম খবৰ, বোকাখাত: বোকাখাতৰ কমাৰগাঁৱৰ পৰা ধন দাবী কৰা এজন আলফা নেতাৰ লগতে এজন লিংকমেন গ্ৰেপ্তাৰ ৷ ৭.৬৫ এটা পিষ্টলৰ লগতে ৯ ৰাউণ্ড গুলী উদ্ধাৰ ৷ গ্ৰেপ্তাৰ হোৱা আলফা নেতাজনৰ নাম ৰাতুল গগৈ আৰু লিংকমেনজনৰ নাম দয়াল কুৰ্মী ৷

বোকাখাতৰ বিহৰাৰ এজন ব্যৱসায়ীক ধন দাবী কৰি ধন নিবলৈ অহা অৱস্থাত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়াৰ নেতৃত্বত চলা গোপন অভিযানত গ্ৰেপ্তাৰ হয় দুয়োজন লোক।

Related Articles

Leave a Reply

Close