অসম

বোকাজানৰ খটখটীত দুৰ্ঘটনাগ্ৰস্থ হোৱা গাড়ীৰ পৰা দুই কুইণ্টল গাঞ্জা উদ্ধাৰ

প্ৰথম খবৰ, বোকাজান/কাৰ্বি আংলং: বোকাজান খটখতি থানৰ অন্তৰ্গত খান বস্তিত দুৰ্ঘটনাগ্ৰস্ত হোৱা এখন বলেৰ’ গাড়ীৰ পৰা খটখতি আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুই কুইণ্টল গাঞ্জা । NL 07 1561 নম্বৰৰ এখন বলেৰ’ গাড়ীখনে খান বস্তিত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে গাড়ীখন এৰি থৈ চালক সহ গাঞ্জা সৰবৰাহ কৰা লোককেইজন পলায়ন কৰে।

উল্লেখ্য যে, উক্ত স্থানত খটখতি আৰক্ষীৰ দলে পহৰা দি থকা কথা গম পাই গাড়ী সহ গাঞ্জা থৈ পলায়ন কৰে।

Related Articles

Leave a Reply

Close