অসম

বৰহাটত আদিবাসী ছাত্ৰ সন্থাৰ জোঁৰ সমদল

প্ৰথম খবৰ, বৰহাট: সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট-সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত আজি সন্ধিয়া ৭বজাত শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত জোঁৰ লৈ সমদল উলিয়ায়।

Related Articles

Leave a Reply

Close