অসম

মংগলদৈ আউলাচৌকাৰ বৰজামগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল মালবাহী ট্ৰাক

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈঃ দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মংগলদৈ আউলাচৌকাৰ বৰজামগুৰি, পুনীয়াত মালবাহী ট্ৰাক নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষতে বাগৰি পৰে কথমপি ৰক্ষা পৰে ট্ৰাক চালক আৰু হেণ্ডিমেন। তেজপুৰ, মংগলদৈ অভিমুখী AS-01X-2253 নম্বৰৰ মালবাহী ট্ৰাক খন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰে।

কথমপি ৰক্ষা পৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। লগে লগে ঘটনাস্থলীত দৰং জিলাৰ যানবাহন নিয়ন্ত্রণ শাখাৰ আৰক্ষী উপস্থিত হৈ সবিশেষ ঘটনাৰ বুজ লয়।

Related Articles

Leave a Reply

Close