অসম

যোৰাবাটৰ বৰ্ণিহাটত ভয়ংকৰ অগ্নিকাণ্ড

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: মহানগৰী সমীপৰ যোৰাবাটৰ বৰ্ণিহাটত বিধ্বংসী অগ্নিকাণ্ড৷ জুইত জাহ প্ৰায় ২০টা পৰিয়ালৰ বাসগৃহ৷ চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডৰ সন্দেহ৷

অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজৰ দ্বাৰা জুই নিৰ্বাপনৰ চেষ্টা৷ তথাপিও ২০-৩০ লক্ষাধিক টকাৰ সা-সম্পতি জুইত জাহ৷ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ লগতে আতংকৰ পৰিৱেশ৷

Related Articles

Leave a Reply

Close