অসম

লামডিঙত ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ সৰবৰাহ

প্ৰথম খবৰ, লামডিং: মাত্ৰ আৰক্ষীৰ তালাচী গ্ৰেট পৰা ১০০মিটাৰ দূৰত্বত গৰুসহ স্থানীয় যুৱকে আটক কৰে AS 02 AC 1541 নং গাড়ীখন ৷সপ্তাহত তিনিবাৰ কৈ লামডিঙৰ পৰা লংকাৰ উদালিলৈ আৰু তাৰ পৰা চোৰাংভাৱে গৰুৰ চোৰাং বেহা চলাই আহিছে। অভিযোগ উঠাৰ মতে মালিক আলিয়ে এটা এটা গৰু লংকাত ৪৫ হাজাৰতকৈ বিক্ৰী কৰি আহিছে ৷ স্থানীয়ে যুৱক মন্তৱ্য যে এনে দৰেই লামডিং পৰা ধৰি অন্য স্থানৰ পৰা গৰু সৰবৰাহ কৰি বাংলাদেশলৈ চালান কৰে।

Related Articles

Leave a Reply

Close