অসম

শিৱসাগৰ আন্তঃ গাঁও পঞ্চায়ত গ্ৰাম্য ক্ৰীড়া ফুটবলত

প্ৰথম খবৰ, শিৱসাগৰ: ক্ৰীড়াৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ মানসেৰে অসম বিধানসভা থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰিৰ প্ৰচেষ্টাত, ভাৰতীয় জনতাপাৰ্টীৰ শিৱসাগৰ জিলা সমিতি আৰু খেলুৱা মণ্ডলৰ লগতে যুৱ মৰ্চাই লোৱা এলানি ক্ৰীড়াৰ কাৰ্যসূচীৰ আজি অনুষ্ঠিত হোৱা খেলখনিত লাচিত পঞ্চায়ত একাদশে টাউনক ( ক ) একাদশক ৭ – ০ গলত পৰাজয় কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। কালিলৈ শান্তিপুৰ পঞ্চায়ত বনাম চেৰেকাপাৰ পঞ্চায়ত একাদশৰ মাজত অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Close