অসমশীৰ্ষ

শোণিতপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাকলৈ ৰাইজৰ ক্ষোভ, মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ

প্ৰথম খবৰ, বালিপৰা: বিজেপিৰ বহুবল্কী সাংসদ ৰাম প্ৰসাদ শৰ্মাক আজি শোণিতপুৰত মুৰ্দাবাদ দিয়ে ৰাইজে। সাংসদজনে আজি শোণিতপুৰৰ শামুকীয়াত ধোকাবস্তিৰপৰা ৰঙাপৰাৰ ফুলগুৰি সংযোগী কেইবালাখ টকীয়া পথৰ আধাৰশিলা স্থাপন কৰিবলৈ অহাত ৰাইজে আৰ পি শৰ্মা মুৰ্দাবাদ, আৰ পি শৰ্মা গ’বেক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। অনু্ষ্ঠানটোত ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পল্লৱলোচন দাসক নিমন্ত্ৰণ নকৰাৰ বাবেই ৰাইজ এনেদৰে ক্ষোভিত হৈ পৰে।

Related Articles

Leave a Reply

Close