অসম

সোণাৰিত শিক্ষকক প্ৰহাৰ: তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত ছেইণ্ট যোছেফ হাইস্কুলৰ পৰা চাণ্ডা তুলিবলৈ গৈ খ্ৰীষ্টফাৰ চান্দী গোড়ীয়া এজন শিক্ষকক প্ৰহাৰ কৰে জনগোষ্ঠীয় সংগঠনৰ তিনি উদণ্ড নেতাই। আহোম জাতীয় গণ মঞ্চ নামৰ এটি জনগোষ্ঠীয় সংগঠনৰ অৰূপ বৰুৱা, অৰ্পণ গগৈ আৰু সীমান্ত বৰুৱাই বিদ্যালয়ৰ ভিতৰতে প্ৰহাৰ কৰে শিক্ষকজনক। শিক্ষকজনৰ এজাহাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি উদণ্ড নেতাক।

Related Articles

Leave a Reply

Close