অসম

সোণাৰি চাপৰি আৰু কেঁকুৰি গাঁও পঞ্চায়তত এমজি এনৰেগাৰ ২০১৭-১৮ বৰ্ষৰ আঁচনিৰ অধীনত দুখনকৈ আঁচনি উদ্ধোধন 

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঘিলামৰা উন্নয়ন খণ্ডৰ সৌজন্যত সোণাৰি চাপৰি আৰু কেঁকুৰি গাঁও পঞ্চায়তত এমজি এনৰেগাৰ ২০১৭-১৮ বৰ্ষৰ আঁচনিৰ অধীনত দুখনকৈ আঁচনি উদ্ধোধন কৰাৰ লগতে ৰোজগাৰ আৰু পি এম এ ৱাই-জিৰ অধিনত এখনি সজাগতা সভাৰ অনুষ্ঠিত কৰা হয়। এমজি এনৰেগা আঁচনিৰ অধীনত সোণাৰি চাপৰি অঞ্চলত পঞ্চায়তৰ চেনিমাৰী – মহনিবাৰীলৈ আঞ্চলিক পৰিষদৰ জৰিয়তে প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা পথৰ শুভাৰম্ভ কৰে ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ডেভিদ কুমাৰ বড়াই। ইয়াৰ পাছতে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ উপস্থিতত কেঁকুৰি গাঁও পঞ্চায়তত আন এখন আঁচনি উদ্ধোধন কৰি সজাগতা সভা অনুষ্ঠিত কৰে ।

Related Articles

Leave a Reply

Close