অসম

১৪ নৱেম্বৰত শিৱসাগৰ লায়নছ ক্লাব বিশ্ব মধুমে দিৱসৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা শিবিৰ আয়োজন 

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ লায়নছ ক্লাব বিশ্ব মধুমে দিৱসৰ লগত সংগতি ৰাখি ১৪ নৱেম্বৰ তাৰিখে পুৱা ৫.৩০ বজাৰ পৰা শিৱসাগৰ বেপ্টিষ্ট চাৰ্চৰ সন্মুখত বিনামূলীয়া ডিয়াবেটেছ ৰোগ পৰীক্ষা আৰু চিকিৎসা শিৱিৰ আয়োজন কৰা হৈছে। উক্ত শিৱিৰত ডক্টৰ চুমিত গাৰদিয়াক চেয়াৰমেন আৰু শুভম আগৰৱালাক উপ চেয়াৰমেন নিযুক্ত কৰি বিনামূলীয়া চিকিৎসা শিৱিৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। শিৱসাগৰ লায়ন্স ক্লাব সভাপতি মনোজ যোগানিয়ে জিলাখনৰ সকলো নাগৰিক উক্ত শিৱিৰত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে।

Related Articles

Leave a Reply

Close