অসম

বিহালীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

বিহালীৰপৰা অম্লান কাশ্যপ চাহাৰ, প্ৰথম খবৰ: আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে বিহালীৰ বৰগাংত আমচাং উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে৷

জাতি,মাটি, ভেঁটি ৰক্ষাৰ নামত গঠিত খিলঞ্জীয়া মুলৰ চৰকাৰ খনে থলুৱা জনতাক উচ্ছেদ কৰাৰ বিৰোধ কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বেদান্ত লস্কৰ, ছাত্ৰ মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰক অগনতান্ত্ৰিকভাৱ ষড়যন্ত্ৰমূলক নীতিৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বৰগাংত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। লগতে আমচাং কাণ্ডৰো তীব্ৰ বিৰোধিতা কৰে।

Related Articles

Leave a Reply

Close