অসমশীৰ্ষৰাষ্ট্ৰীয়

অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

নিউজ ডেক্স, প্ৰথম খবৰ: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্য অহা ২০ নৱেম্বৰ তাৰিখে গুৱাহাটীত উপস্থিত হ’ব ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰপতি গৰাকী৷ ২১ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰাৰ লগতে অংশগ্ৰহণ কৰিব নমামী বৰাকৰ এক সামৰণী অনুষ্ঠানতো।

Related Articles

Leave a Reply

Close