অসম

আমতল ভেৰগাঁৱত প্ৰধানমন্ত্ৰী উজ্বালা যোজনাৰ বিনামূলীয়াকৈ ৰন্ধন গেছ বিতৰণ

প্ৰথম খবৰ,ওৰাং:ঢেকীয়াজুলীৰ ইণ্ডেন গেছ এজেঞ্চীৰ উদ্দ্যোগত ৫ ডিচেম্বৰত আমতল ভেৰগাঁৱ লক্ষীমন্দিৰ প্ৰাঙ্গনত প্ৰধানমন্ত্ৰী উজ্বালা যোজনাৰ ৰন্ধন গেছ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। বিগত কেইবা মাহ ধৰি ঢেকীয়াজুলীৰ উক্ত গেছ এজেঞ্চীয়ে গাঁৱে গাঁৱে গৈ তেওঁলোকৰ অধীনৰ সমূহ হিতাধীকাৰী সকলক প্ৰধানমন্ত্ৰী যোজনাৰ ৰন্ধন গেছ বিনামূলীয়াকৈ বিতৰণ কৰি থকাৰ লগতে গ্ৰাহক সকলৰ সুবিধাৰ্থে নিৰিখ মূল্যত ঘৰতে গেছৰ যোগান ধৰি অহাত অঞ্চলটোৰ লগতে ওৰাংবাসী ৰাইজে এজেঞ্চীটোৰ প্ৰসংশনীয় পদক্ষেপৰ শলাগ লৈছে।

Related Articles

Leave a Reply

Close