অসম

ওৰাঙত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ওৰাঙৰপৰা গোপাল নাথ,প্ৰথম খবৰ : আজি সন্ধিয়া ভাগত ওদালগুৰি জিলাৰ ৰৌতা চক্ৰ বিষয়া গৌৰী লহকৰ আৰু ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগণ চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ওৰাঙৰ বিভিন্ন স্থানত অৱৈধভাৱে গঢ় লৈ উঠা মদৰ দোকানত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।

২২/১২/২০১৭

Related Articles

Leave a Reply

Close