বিনোদন

কমেডীৰ ৰাণী ভাৰতী সিঙৰ বিবাহ

নিউজ ডেস্ক,প্ৰথম খবৰ:কমেডী পৃথিৱীৰ সুনাম কঢ়িয়াই অনা ভাৰতীয় এগৰাকী মহিলা ভাৰতী সিং। দূৰদৰ্শন জগতৰ বিখ্যাত কমেডীৰ ৰাণী ভাৰতী সিং হৰ্ষ লিম্বাচিয়াৰ সৈতে ৩ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হয়। এই বিবাহখন গোৱাত অনুষ্ঠিত কৰা হয়। এই শুভ ক্ষনত টিভি চিৰিয়েলৰ অভিনেতা অভিনেত্ৰী লগতে বলিউডৰ কেইবাগৰাকীও ব্যক্তি উপষ্ঠিত থাকে।

Related Articles

Leave a Reply

Close