অসম

গুৱাহাটীত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: অইন বছৰৰ দৰে এইবাৰো যোৱা ১ ডিচেম্বৰৰপৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা। লিঅ’ এডভাৰটাইজিং আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এইবাৰৰ মূখ্য আকৰ্ষণ হৈছে থাইলেণ্ড, বাংলাদেশ, ইজিপ্ত, তুৰস্ক আৰু নেপালৰপৰা অহা বিভিন্ন আকৰ্ষণীয় বিপণীসমূহ। দৈনন্দিন ব্যৱহাৰ্য বিভিন্ন সামগ্ৰীৰ লগতে দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰপৰা অহা অসংখ্য সামগ্ৰীৰে ভৰি পৰিছে এইবাৰৰ বাণিজ্য  মেলা। মূখ্য স্পনচৰ লিঅ’ এডভাৰটাইজিঙৰ লগতে এইবাৰৰ এই মেলাখনৰ স্পনচৰশ্বিপৰ দায়িত্ব লাভ কৰিছে জনপ্ৰিয় ৱেব মিডিয়া প্ৰথম খবৰে।

Related Articles

Leave a Reply

Close