অসমশীৰ্ষ

চুতীয়া ছাত্ৰ সন্থাৰ আঠখেলীয়া অধিবেশনৰ লাইখুঁটা স্থাপন মন্ত্ৰী অতুল বৰাৰ

বৰহোলাৰ পৰা অজয় শইকীয়া, প্ৰথম খবৰ: গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আঠখেলীয়াৰ বীৰাঙ্গনা সতী সাধনী ক্ষেত্ৰত ২৭ জানুৱাৰীৰপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনৰ আজি লাইখুটা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

Related Articles

Leave a Reply

Close